এপাহি গোলাপত প্ৰেমৰ সুৱাস


 


এপাহি গোলাপত প্েম সুৱাস
--------------------------------------------------
ড° ৰ'লীনা কলিতা
পুনে, মহাাষ্ট্


প্েম এক অনামী অনুভূতিI অানিতে হৃদয়ত আহি ভুমুকি মােহিI দেহ মন চঞ্চলা কেহিI নিস্বা্থ মমবো হৈ পে চালি, বিশ্বাসবো হয় বেৰI ভালপোৱা কোঠাত বুকু মাত সাৱটি লয় আৱেগক, হেঁপাহকI প্েম ক'ত নাই? প্েম বতাহত আছে, বষুণ টোপালটো আছেI প্েম আৱেলি ামধেনুত আছে, এন্ধা মাদকতাতো আছেI গছ, লতা, বিিখ, চাই চি-চিঁয়নি মাতে, সকলোৱে প্েম কথাকেই কয়I নি ভালপোৱানক মন অনুভূতি কথা প্কাশ কিবলৈ আমি চিঠি নাইবা ফুল সহায় লঁওI চিঠি মাতো এপাহ ফুল প্িয়নলৈ বুলি পঠাওI ফুল বুলি কলেই মনলৈ আহে প্েম,মম,ভালপোৱা অনুভূতিI ফুলে আনে মনলৈ আনন্দI কিমান প্কা যে ফুল আছে এই পৃথিৱীখনতI সকলো ফুলেই বেলেগ বেলেগ সৌন্দ্য্য, সুৱাসI প্িয়নে দিয়া প্তিপাহ ফুলতেই থাকে ম সুগোন্ধI কোনোবাই কপৌ ফুল খোপাত গুি দিয়েহি আকৌ কোনোবানে বকুল ফুল হাত মুঠিতI কিমান গীতিকাে গীত চিছে ফুলক লৈI তা মাত এপাহি ফুল আক্ষণেই সুকীয়াI হয়, সেয়া গোলাপ ফুলI হয়তো সেইবাবেই গোলাপ ফুল াণীI গোলাপ ফুলক লৈও বহু কবিয়ে চিছে কবিতাI কবি ঘুনাথ চৌধুীদেৱে তেখেত 'গোলাপ' কবিতাত প্কাশ কিছে এনেদে--
'কা পশত ফুলিলি বান্ধৈ
অ মো সাদী ফুলাম পাহি?
শ্যামলী পাত ওণি গুচাই
কা ফালে চাই মািলি হাঁহি?
আকৌ ক‌বি হীেণ ভট্টাচা্যদেৱে লিখিছে--
'এন্ধাে এন্ধা
এটি োনাকী উি
আহি মো বুকুত শুলে
তোমা কথা ভাবিলে
আকাশত নিলে এটি তাফুল ফুলে
মো বুকুত এোপা গোলাপ
কোনে ুলে?
তেত এটোপা আত ঢালি
হৃদয় কোনে চুলে?

       ফুল াণী গোলাপ পাহিো যে আছে উদযাপন দিনI হয়, ঠিকেই অনুমান কিছে, ৭ ফেব্ুৱা দিনটো কথাই ক'ব লৈছোI ৭ ফেব্ুৱাী দিনটো ' ডে হিচাপে উদ্‌যাপন কা হয়I ভেলেন্টাইন ডে' সপ্তাহটো প্ম দিনটো হৈছে ' ডে'I চেইন্ট ভেলেন্টাইনক সুঁৱি ১৪ ফেব্ুৱাী দিনটো ভেলেন্টাইন ডে হিচাপে পালন কা হয়I কিন্তু ৭ ফেব্ুৱা পা ১৩ ফেব্ুৱাী লৈ বিভিন্ন নামে দিনকেইটা পালন কা হয়I ' ডে, প্ ডে, চকলেট ডে, টেডী ডে, প্মি ডে, হাগ ডে, কিছ ডেI এই সপ্তাহটোক 'োমাঞ্চ উইক' বুলিও না যায়I 'োমাঞ্চ উইক' প্থম দিনটো ' ডে হিচাপে পালন কা হয়I এই দিনটোত প্েমাস্পদে ইনে সিনক গোলাপ ফুল উপহা হিচাপে দিয়েI আকৌ কিছুমানে সেইদিনাখন প্িয়নক প্েম প্স্তাৱ দিয়ে এপাহি গোলাপ ফুলেI সঁচাকৈয়ে গোলাপ ফুল পাহি কথাই সুকীয়াI গোলাপ ফুল পাহি দেই প্েম কোমল, স্প্শকাতৰI

       প্েম কোনো সুকীয়া দিন নাই উদ্‌যাপনৰI প্েম আকাশে, বতাহে সকলোতে আছে সদায় আছেI তথাপি ব্যস্ততা ভা ীৱনত প্িয় বাবে কোনোবা এটি দিনত বিশেষ কিবা এটি কিব পালে মনটো নিশ্চয় আনন্দত নাচি উঠিবI সেয়ে আহকচোন, ' ডে'ত প্িয়নক উপহা দিঁও এপাহি গোলাপI ক'ব খুি থকা বহু কথা 'োমাঞ্চ উইক' প্থম দিনটোতেই প্কাশ কোI

        ************
@Published in Asomiya Khabar, 07/02/2022

Post a Comment

0 Comments